উৰাজাহাজত কি ইন্ধন ভৰাই জানেনে?


আপোনালোকে জানেনে উৰাজাহাজত কি তেল ভৰাই l আমি সাধাৰণতে  ব্যৱহাৰ কৰা পেট্ৰ্ল বা ডিজেল ভৰাই প্লেন খন আকাশত উৰাব পাৰেনে l যদি তেনেকে ভাবিছে তেনেহলে ই ভূল l ভাৰতৰ ইণ্ডিয়ান অইল বিমান সেৱাই  হল ভাৰতৰ বিমান সমূহক ইন্ধন যোগান ধৰাৰ মূল উৎস l ভাৰতৰ বিমান সমূহক ইণ্ডিয়ান অইলে জেট ইন্ধন যোগান ধৰে l উৰাজাহাজ ইন্জিনৰ ওপৰত নিৰ্ভৰ কৰি তাত ইন্ধন প্ৰয়োগ কৰা হয় ।

           যোজাৰু বিমান বোৰত সম্পূৰ্ণ শুদ্ধ কেৰাছিন ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও আন কিছুমান পদাৰ্থ যেনে এন্টি একছিডেন্ট, এন্টি ফিজ, হাইড্ৰ কাৰ্বন আদি ধাতু নিষ্ক্ৰিয় কৰিব পৰা পদাৰ্থ ব্যৱহাৰ কৰা হয় যাতে এইবোৰে গেছ টাৰবাইনৰ কোনো গেছীয় ডজ হব নিদিয়ে l ইয়াৰ ফলত উৰাজাহাজ খনে কোনো অসুবিধা নোহোৱাকৈ নিজৰ উৰণ সম্পূৰ্ণ কৰে l সাধাৰণ বিমান সমূহত জেট ইন্ধন বা এবৌগেছ ইন্ধন ব্যৱহাৰ কৰা হয়। 

উৰাজাহাজত কি ইন্ধন ভৰাই জানেনে?
Previous Post Next Post

All State Jobs